জুবিন ক্ষেত্ৰৰ সংলগ্ন ট্ৰাইবেল ব্লক এণ্ড বেল্টৰ মাটি অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ দখলত থকা বুলি চৰ্চিত হোৱাৰ পাছতেই অশোক সিংহালক হুংকাৰ অখিল গগৈৰ ৷