বেলেন্স শ্বীটত থকা ১ কোটি ৩৪ লাখৰ 'সোণাপুৰ'ৰ মাটি কোনডোখৰ বুলি উল্লেখ কৰি তাৰ দাগ নম্বৰ, পট্টা নম্বৰ ৰাজহুৱা কৰিবলৈ আহ্বান বিৰোধী দলপতিৰ ।