অসমত বলিছে নিৰ্বাচনৰ গৰম বতাহ । নিৰ্বাচনী যুঁজত নামি পৰিছে শাসক বিৰোধী । এনে সময়তে ঢেকীয়াজুলিত কংগ্ৰেছ প্ৰাৰ্থী বাটাছ ওৰাঙে কি ক'লে আছুতীয়া সাক্ষাৎকাৰত ।