Surprise Me!

ডেৰ লাখ টকাৰে আৰম্ভ কৰা এটি সপোন আজি বহু মহিলাৰ জীৱিকাৰ ভেটি...উদ্যোগী মহিলা ৰুনিমা চেতিয়াৰ উত্তৰণৰ কাহিনী

2026-08-21 7 Dailymotion

অসমৰ মুগা ৰেচমক বিশ্বৰ বুকুত পৰিচয় কৰি দিয়াৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন পল্লৱী হেণ্ডলুমৰ স্বত্বাধিকাৰী তথা সন্ত কবীৰ হস্ততাঁত বঁটা বিজয়ী ৰুনিমা চেতিয়া চৌধুৰীৰ ।