প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত খোৱাঙত একত্ৰিত হ'ল তিনি গগৈ । টিংখাঙত কংগ্ৰেছ প্ৰাৰ্থী বিপুল গগৈৰ হৈ প্ৰচাৰ চলালে প্ৰিয়ংকা গান্ধীয়ে ।