ফ্লেগ মাৰ্চৰ পতাকা জোকাৰি তামুলপুৰ জিলা আয়ুক্ত চিমি কাৰাণে ৰাইজক ভোটদান সফলভাৱে সম্পন্ন হোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ।