Surprise Me!

মাজুলীলৈ আহি স্বচক্ষে খহনীয়া পৰিদৰ্শন কৰিবলৈ জলসম্পদ মন্ত্ৰীক আহ্বান মাজুলীবাসীৰ

2026-04-30 1 Dailymotion

ব্ৰহ্মপুত্ৰত নিঃশেষ হোৱাৰ দিশে নামনি মাজুলীৰ এটা অংশ ৷ বিজ্ঞানসন্মতভাৱে মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান ভুক্তভোগীৰ ৷