Surprise Me!

অহা বৰ্ষৰ পৰা গ্ৰেণ্ড চিষ্টেমত ঘোষণা হ'ব মেট্ৰিকৰ ফলাফল : ঘোষণা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ অধ্যক্ষৰ

2026-04-10 0 Dailymotion

বিগত বৰ্ষৰ তুলনাত উত্তীৰ্ণৰ হাৰ সামান্য বৃদ্ধি পোৱা দেখা গৈছে যদিও সামগ্ৰিকভাৱে হাইস্কুল শিক্ষান্ত ফলাফল সন্তোষজনক নহয় । উদ্বিগ্ন হৈছে সচেতন মহল ।