নিৰ্বাচনী হিংসাক লৈ অভিযোগ-প্ৰতিঅভিযোগ আৰম্ভ । নৱ কোঁৱৰ আৰু ঋতুপৰ্ণ বৰুৱা নামৰ দুজন অসম জাতীয় পৰিষদৰ কৰ্মীক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে ।