হাফলং সমষ্টিত ৭৫ হাজাৰৰ পৰা ৮৫ হাজাৰ ভোট লাভ কৰাৰ দাবী উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লোচাৰ ৷