শংকৰ আৰু ৰেজিনাৰ সন্ধানত এছডিআৰএফৰ অভিযান অব্যাহত ৰাখে যদিও শুকুৰবাৰে বেলি ডুব যোৱাত উদ্ধাৰ অভিযান সামৰে ।