সাংগঠনিক ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে জিলাই জিলাই বিজেপিৰ বিশেষ সাংগঠনিক সভা । প্ৰধানমন্ত্ৰী মোদীৰ ১২ বছৰীয়া কাৰ্যকালৰ বাবে নানান কাৰ্যসূচীও হাতত লৈছে ।