ৰাজধানী দিছপুৰৰ পৰা গাতে লাগি থকা অঞ্চলৰেই এই অৱস্থা ৷ বন বিভাগে হাতী খেদাৰ পৰিৱৰ্তে ৰাইজকহে ঘৰ এৰিবলৈ কয় ৷