হঠাৎ বৃদ্ধি পোৱা বাহিৰ চিলে নদীৰ বাঢ়নী পানীয়ে এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰিছে জোনাইৰ শান্তিপুৰ, মালভোগ আদি কেবাখনো গাঁৱত ৷