অসমৰ কৃষিভিত্তিক গ্ৰাম্য অৰ্থনীতিৰ এক অন্যতম প্ৰাণকেন্দ্ৰ সৰুপথাৰ ৷ ৯০ শতাংশতকৈও অধিক লোকে প্ৰত্যক্ষ বা পৰোক্ষভাৱে কেৱল কৃষিকৰ্মৰ ওপৰত নিৰ্ভৰ কৰিয়েই জীৱন-জীৱিকা নিৰ্বাহ কৰে ।