অসম-অৰুণাচলৰ মাজত যোগাযোগ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা ৷ জয়পুৰ আৰু অৰুণাচল প্ৰদেশৰ তিৰাপ জিলাৰ দেউমালি আৰু খুনচা সংযোগী ৩১৫ (A) ৰাষ্ট্ৰীয় ঘাইপথৰ তিনিটাকৈ স্থানত ভূমিস্খলন ৷