Surprise Me!

কৃত্রিম বানপানী : মহানগৰীৰ বিভিন্ন অঞ্চল পৰিদৰ্শন মন্ত্রী কৌশিক ৰায়ৰ, জুৰিপাৰত ৰাইজৰ ক্ষোভৰ সন্মুখীন

2026-07-21 1 Dailymotion

নেৰানেপেৰা বৰষুণৰ ফলত গুৱাহাটীৰ বিভিন্ন ঠাইত জমা হোৱা পানী, নলা-নৰ্দমা আদি পৰ্যবেক্ষণ কৰি পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা মন্ত্রীগৰ‍াকীক স্থানীয় ৰাইজে জৱাবদিহি কৰে ।