বৃহস্পতিবাৰে নুমলীগড়ত বান শিবিৰ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে অহা দুদিনৰ ভিতৰত কেন্দ্ৰই আন্তঃ মন্ত্ৰণালয় দল অসমলৈ প্ৰেৰণ কৰিব ৷