Surprise Me!

উজনি অসমৰ বান প্ৰাকৃতিক নহয়, মানৱসৃষ্ট দুৰ্যোগহে : সাংসদ ৰকিবুল হুছেইন

2026-08-01 0 Dailymotion

গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই অসমৰ বান পৰিস্থিতি সন্দৰ্ভত সংবাদ মাধ্যমৰ সমুখত সৰৱ হৈ পৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ৷