"আমি আৰক্ষীক নিৰ্দেশ দিছোঁ যাতে কোনো ক্ষেত্ৰতে দোকান-পোহাৰ, সাধাৰণ নাগৰিক আদিৰ পৰা বলপূৰ্বকভাৱে বান সাহায্য সংগ্ৰহ কৰা নহয় ।" মুখ্যমন্ত্ৰীৰ স্পষ্ট কথা ৷