Surprise Me!

বান সাহায্য আত্মসাৎ ! ক্ষোভিত বানাক্ৰান্তৰ এজাহাৰ দাখিল

2026-08-06 2 Dailymotion

চৰাইদেউ জিলাত বান সাহায্য আৰু আৰ্থিক ক্ষতিপূৰণ প্ৰদানত ব্যাপক অনিয়মৰ অভিযোগ । গাঁওপ্ৰধানৰ বিৰুদ্ধে টেঙাপুখুৰী আৰক্ষী চকীত এজাহাৰ দাখিল ৰাইজৰ ।