Surprise Me!

জাগুনত পিষ্টলসহ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ; আটক অৰুণাচলী যুৱক

2026-08-03 3 Dailymotion

ধৃত যুৱকজনৰ পৰা ইটালীত নিৰ্মিত এটা ৯ এমএম পিষ্টল, ১৫ জাঁই সজীৱ গুলী, প্ৰায় ৪৯ গ্ৰাম নিষিদ্ধ ড্ৰাগছ আৰু দুটা ম’বাইল ফোন জব্দ কৰে ।