চৰকাৰী অভিলাষী প্ৰকল্প বৰচলা বিলৰ ছুৱেৰেজ ট্ৰিটমেণ্ট প্লাণ্টৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা ? ইটিভি ভাৰতৰ জ্য়েষ্ঠ সাংবাদিক মাণিক কুমাৰ ৰয়ৰ অনুসন্ধানত পোহৰলৈ আহিল এই তথ্য...