লখিমপুৰ নগৰৰ ওচৰেৰে বৈ গৈছে ৰঙানৈ । মথাউৰিত এতিয়া খহনীয়াৰ সৃষ্টি হোৱাত সংশয়ত ভুগিছে লখিমপুৰীয়া ৰাইজ ।