Surprise Me!

যানবাহন চলাচলক লৈ কঠোৰ মহানগৰ প্ৰশাসন, মঙলবাৰে ২৭, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথলৈ ভুলটো নাযাব আপুনি !

2026-05-09 2 Dailymotion

১২ মে'ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানলৈ সাজু কামৰূপ মহানগৰ জিলা প্ৰশাসন ৷ যানবাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা প্ৰদান কামৰূপ (ম) জিলাৰ যানবাহন শাখাই