অনুষ্ঠানত অংশগ্ৰহণ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি এম চুব্বা আওৱে কয় যে মোদীৰ নেতৃত্বত অসম, মিজোৰাম, নাগালেণ্ডত উগ্ৰপন্থী সমস্যা নাইকিয়া হৈছে ।