Surprise Me!

নলা নে ৰাজপথ ধৰিবই নোৱাৰি, কৃত্ৰিম বানৰ কৱলত যোৰহাট নগৰ

2026-07-19 4 Dailymotion

এজাক বুৰষণতে উঠি গল যোৰহাটৰ আভিজাত্য । যোৰহাট নগৰ এতিয়া ভয়াৱহ কৃত্ৰিম বানৰ কৱলত । যোৰহাটবাসী হাহাকাৰ ।