অসম চৰকাৰ তথা জিলা প্ৰশাসনৰ উদ্যোগত ৯ আগষ্টৰ পৰা বানৰ ক্ষয়-ক্ষতিৰ জৰীপ আৰম্ভ হৈছে ৷ এই জৰীপৰ কাম অহা ৩০ আগষ্টলৈকে চলিব ৷